August 4, 2025 6:35 PM

views 61

আকাশবাণী গুৱাহাটীৰ উদ্যোগত ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপনৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা কুইজ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ উদ্যোগত অহা ৮ আগষ্টত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ‘আকাশবাণীৰ ৯০ বছৰ’ এই কুইজ প্ৰতিযোগিতাত আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্রশ্ন থাকিব। প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব। সেইদিনাই দুপৰীয়া ১ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰত...

December 28, 2024 11:44 AM

views 58

কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতা

মহানগৰীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত্ব মঞ্চই কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতা কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত অনুষ্ঠিত হ'ব। বিশ্বৰ সফল নাৰী বিষয়ক কুইজ প্ৰতিযোগিতাখনত নৱম শ্ৰেণীৰ পৰা গৱেষক ছাত্ৰীলৈ বাবে মুকলি থাকিব। চূড়ান্ত প্রতিযোগিতালৈ নিৰ্বাচিত হোৱা ৬টা দলক ক্ৰমে ৮ হাজাৰ, ৬ হেজাৰ, ৪ হাজাৰ, আঢ়ৈ হাজাৰ, ২হেজাৰ আৰু ডেৰ হাজাৰ টকাৰ নগদ ধনৰ লগতে ট্ৰফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব। চূড়ান্ত প্রতিযোগিতালৈ নিৰ্বাচিত নো...

December 23, 2024 12:37 PM

views 58

ৰাজ্য চৰকাৰৰ সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতাৰ আয়োজন

ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা পহিলা জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্রতিযোগিতাত আয়োজন কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক ছাত্র-ছাত্রীসকলে পহিলা জানুৱাৰীৰ পুৱা ১০ বজাত প্ৰতিযোগিতাৰ স্থান অসম ৰাজ্যিক সংগ্ৰহালয়ত শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ সহিতে উপস্থিত হ'বলৈ বিভাগটোৱে অনুৰ...

November 2, 2024 7:21 PM

views 48

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ ‘লুইতৰ পৰা মিছিচিপিলৈ’ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ দিনৰ পুৱা ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰেন্দ্ৰ নাথ দত্ত বিষয়ক সাতোখন সুৰীয়া নৈ শীর্ষক মুকলি কুইজ প্রতিযোগিতাও অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ইনলি ফাউণ্ডেচনে এই প্রতিযোগিতাখন আয়োজন কৰিছে। ৩ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্...