July 13, 2026 8:17 PM

views 17

জগন্নাথ ৰথ যাত্ৰাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে

ওড়িশাৰ পুৰীত অহা ১৬ জুলাইত হ'বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বর্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ‘স্নান পূৰ্ণিমাৰ পাছত পষেকজোৰা ‘আনাছাৰা'ত আছুতীয়াকৈ আছে, য'ত শ্রীমন্দিৰৰ ভিতৰত ৰাজ বৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্রদান কৰি আছে। বাৰ্ষিক ৰথ উৎসৱৰ প্ৰাকক্ষণত পুনৰউজ্জীৱিত দেৱতাসকলৰ প্ৰথম ৰাজহুৱা উপস্থিতি ‘নবজৌবানা দৰ্শন’ৰ বাবে এতিয়া ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইপিনে, ওড়িশা চৰকাৰে নিৰাপত্তা, ভক্ত সকলৰ ভিৰ ব্যৱস্থ...

July 16, 2024 12:21 PM

views 29

ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্ৰাৰ ওভটনি যাত্ৰা সামৰণি

ওড়িশাৰ পুৰীত কালি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্রা শীৰ্ষক ওভটনি যাত্ৰাৰ সামৰণি পৰে। এই যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ পুৰীত কালি লক্ষাধিক ভক্তৰ সমাগম হয়। ভগৱান বলভদ্ৰৰ তালধবজ নামৰ বথখনৰ ওভটনি যাত্রা কালি বিয়লি ৩ বাজি ২৫ মিনিটত আৰম্ভ হয়। ইয়াৰ পাছতে দেৱী সুভদ্ৰাৰ দেৱদলন নামৰ ৰথখনে ৪ বজাত ওভটনি যাত্রা কৰে। ভগৱান জগন্নাথৰ নন্দীঘোষ নামৰ ৰথখনৰ ওভটনি যাত্রা বিয়লি ৪ বাজি ১৫ মিনিটত আৰম্ভ হয়। বহুড়া যাত্ৰাৰ পাছত কাইলৈ দেৱ-দেৱীসকলৰ নিজ নিজ বথতে ...