July 23, 2025 8:35 PM

views 52

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাওঁ কেন্দ্রই জাজৰিৰ ঘনস্মৃতি প্রাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাওঁ কেন্দ্ৰৰ মুৰব্বী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কেইবাগৰাকীও বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ অংশ হিচাপে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত ভিন্নসুৰী অনুষ্ঠানত দক্ষিণ জাজৰি অঞ্চলৰ মহিলা আৰু শিশুসকলে বিয়া নাম, দিহা নাম, কবিতা আবৃত্তি...

July 23, 2025 7:05 PM

views 57

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে । ১৯২৭ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ব্রডকাষ্টিং কোম্পানীৰ বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হাছিল। ১৯৩৬ চনৰ ৮ জুনত ইণ্ডিয়ান ব্রডকাষ্টিং চাৰ্ভিচেজক অল ইণ্ডিয়া ৰেডিঅ ' নামেৰে নামকৰণ কৰা হৈছিল আৰু পিছলৈ ইয়াৰ নাম আকাশবাণী কৰা হৈছিল। আকাশবাণীয়ে বছৰ বছৰ ধৰি স্বকীয় ধাৰাৰে শ্ৰোতাৰ মাজত সুকীয়া প...

November 12, 2024 2:33 PM

views 53

দেশজুৰি আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। সিদিনাখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বসতি স্থাপন কৰা শৰণাৰ্থীসকলক সম্বোধন কৰিছিল। এই উপলক্ষে আজি আকাশবাণী দিল্লী কেন্দ্ৰৰ চৌহদত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন ...