January 25, 2025 8:30 PM

views 56

সঞ্জয় হিফ্‌ফাবাই আৰু অমন সিং হংসক শৌর্য চক্ৰৰে সন্মানিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু নিদর্শনমূলক বীৰত্বৰ পৰিচয় দিয়াৰ বাবে কৰ্পোৰেল দাভি সঞ্জয় হিফ্‌ফাবাইক শৌর্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু-কাশ্মীৰৰ শ্বাহছিতাৰৰ দোবা চূড়াৰ সমীপৰ তিনিজন সন্ত্ৰাসবাদীয়ে অতর্কিতে চলোৱা আক্ৰমণৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল। তেওঁ ২০১১ চনৰ ২৮ ডিচেম্বৰত বায়ুসেনাত ভৰ্তি হৈছিল। ৰাষ্ট্ৰপতিয়ে লগতে ফ্লাইট লেফটেনেণ্ট অমন সিং হংসকো শৌর্য চক্ৰৰে সন্মানিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে লগতে ভূতপূর্ব সাহসিকতাৰ বাবে সাতগৰাকী সৈনিক...

August 22, 2024 7:18 PM

views 51

ৰাষ্ট্ৰপতি ভৱনত আজি ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ প্ৰদান

ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদান কৰে। অসমৰ দুগৰাকী বিজ্ঞানী ডº পূৰৱী শ‍ইকীয়া আৰু ডº বাপ্পি পলে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ গ্ৰহণ কৰে। ইপিনে, ৰাষ্ট্ৰপতিয়ে প্ৰফেছৰ গোবিন্দাজন পদ্মনাভনক ২০২৪ বৰ্ষৰ বিজ্ঞান ৰত্ন বঁটা প্ৰদান কৰে ৷ কৃষি বিজ্ঞানক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডº অনন্তৰামকৃষ্ণণক বিজ্ঞানশ্রী সন্মান প্রদান কৰা হয়। মুম্বাইৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰৰ ডº আৱেশ কুমাৰক পৰমাণু শক্তি খণ্ডৰ বাবে বিজ্ঞানশ...