June 8, 2026 5:53 PM

views 24

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রী মনোহৰ লালে কয়, যে শৌচাগাৰ, ৰন্ধন গেছ আৰু পানীৰ নল সংযোগেৰে তথা সকলো আধুনিক সা-সুবিধাৰে প্রধানমন্ত্রী আবাস যোজনা আঁচনি ৰূপায়ণ কৰা হৈছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে এই সফলতাই দেশৰ গৃহ খণ্ডৰ সংস্কাৰৰ ৰূপ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি জনসাধাৰণৰ মুখত সন্মান, নিৰাপত্তা আৰু আশাৰ ভাব ফুটি উঠিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী ...

September 5, 2025 9:00 PM

views 55

প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিযানৰ অধীনত প্রধানমন্ত্ৰী আৱাস যোজনাৰ আবেদনকাৰীসকলৰ নথিপত্ৰৰ পৰীক্ষণ কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে অনুমোদন পোৱা বাসগৃহসমূহৰ নিৰ্মাণ খৰতকীয়া কৰা হ'ব। নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজ...