July 4, 2026 6:40 PM

views 19

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা প্ৰকাশ

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্রী ৱাইভেন গীলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত প্রবল ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কৃতজ্ঞতা প্রকাশ কৰিছে। মন্ত্রী শ্রী গীলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎ‍সাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনিজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীয...

June 4, 2026 8:01 PM

views 29

ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰ’ড্রিগেজৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰ'ড্রিগেজৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয়, যে নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰ্যালোচনা কৰি শক্তি, বাণিজ্য, বিনিয়োগ, স্বাস্থ্য সেবা, অট'মোবাইলছ আদিৰ ক্ষেত্রত সহযোগিতাৰ পথ অন্বেষণ কৰে। আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সচিব কণ্ডে টেণ্ডনে কয়, যে ভেনিজুৱেলাত বিশ্বৰ ভিতৰত এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল মজুত আছে। তেওঁ কয়, যে আজি দুয়ো পক্ষৰ মাজৰ আলোচনাত দুয়োখন দ...