June 28, 2026 8:35 PM

views 13

প্রধানমন্ত্রী মোদীক চিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে বিভিন্ন মন্ত্ৰী আৰু নেতৃবৰ্গৰ অভিনন্দন জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রধানমন্ত্রী মোদীক চিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীয়ে পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি গার্ডিয়ান অব দা ব্লু হৰিজন সন্মান প্ৰদান কৰে। সামাজিক মাধ্যমৰ এটা বার্তা গৃহমন্ত্রী অমিত শ্বাহে কয় যে এই সন্মানে পৰিবেশতন্ত্র পুনৰুজ্জ্বীবিত কৰাৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভা...

June 28, 2026 11:17 AM

views 25

প্রধানমন্ত্রী শ্রীমোদী আৰু চিচিলিৰ ৰাষ্ট্ৰপতি পেট্রিক হার্মিনীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চিচিলিৰ ৰাষ্ট্ৰপতি পেট্রিক হামিনীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। শ্রীমোদীয়ে আজি চিচিলিৰ নেচনেল এছেম্বলিত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত শ্রীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি এই ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰতিৰ...