November 10, 2024 7:53 PM

views 91

ঝাৰখণ্ডত বিজয় সংকল্প অভিযানত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

ঝাৰখণ্ডৰ বোকাৰোত চন্দনক্যাৰী বিধানসভা সমষ্টিত বিজয় সংকল্প অভিযান সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে উজ্বলা যোজনাৰ পাছত ঝাৰখণ্ডে অতি সোনকালে নলযোগে সুলভ গেছ লাভ কৰিব। তেতিয়া জনসাধাৰণে গেছ চিলিণ্ডাৰৰ পিছত ঘুৰিবলগীয়া নহ'ব। গগো দিদি যোজনাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয় যে এই আঁচনিৰ অধীনত মহিলাসকলে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ধন লাভ কৰিব। ঝাৰখণ্ডত শূন্য বৈদ্যুতিক মাছুল আঁচনিৰ বিষয়ে ঘোষণা কৰি তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যঘৰ বিনামুলীয়া...

September 15, 2024 8:08 PM

views 61

ছান্থাল পৰগানা আৰু ক’লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তনৰ লগতে এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশে ভাবুকি হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে, ছান্থাল পৰগানা আৰু ক'লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তন হৈ আছে আৰু এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ ভাবুকি স্বৰূপ হৈ পৰিছে। তেওঁ কয় যে, এই অঞ্চলসমূহত অনুপ্ৰৱেশ বৃদ্ধি হোৱাৰ বিপৰীতে জনজাতিৰ জনসংখ্যা হ্ৰাস পাই আহিছে। জামছেদপুৰৰ গোপাল ময়দানত আয়োজিত পৰিৱৰ্তন মহা সমাবেশত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, জে এম এম, আৰ জে ডি আৰু কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰি আছে আৰু তোষামোদেই হৈছে এই দলসমূহৰ প্ৰধান কৌশল। জে এম এম,...