September 13, 2026 10:42 AM

views 4

ব্রীকচ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী ২০ বছৰৰ বাবে নতুন আৰু অভিলাসী কার্যসূচী সন্দৰ্ভত কাম কৰা উচিত বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্রই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্রদর্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্রস্তাবসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।  শ্রীমোদীয়ে কয় যে এই আলোচনাৰ পৰা পুৰণি প্রতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ লগতে প্রতিনিধিত্ব, উত্তৰ দায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰু...

July 6, 2025 8:07 PM

views 57

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ দি জেনেৰিঅ’ৰ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ' দি জেনেৰিঅ'ত আজি নিশা আৰম্ভ হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰিকছ সদস্য-ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সপ্তদশ ব্রিকছ শীর্ষ সন্মিলনত আন্তর্জাতিক প্ৰশাসনীয় সংস্কাৰ, পৰিবেশ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বান তথা কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হ'ব। এই সন্মিলনত স্বাস্থ্য, কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক সমস্যা সমাধান, পৰিবেশ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মুখা...