July 8, 2026 12:39 PM

views 36

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ’ব

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰফালে অসমতে দুয়োগৰাকী বিশিষ্টব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ড° গোস্বামীয়ে কয়, যে টী ৰিচার্ড ব্লার্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বি...

May 13, 2024 7:05 PM

views 67

ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন

আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয় যে, এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ৬৬ গৰাকী বৰেণ্য ব্যক্তি তথা গুৱাহাটীৰ কেইবাটাও পুৰণীকলীয়া নামঘৰ অনুষ্ঠানৰ লগতে মহানগৰীৰ ১০৮টা দিহানামৰ দলক অভিনন্দন জনোৱা হ'ব। সত্ৰৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত মাটি আখ...