October 23, 2026 1:42 PM

views 2

ভাৰত আৰু জাৰ্মানীৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু জাৰ্মানীৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৩১ দশমিক ৫ বিলিয়ন ইউৰোৰ পৰা ৩১০ বিলিয়ন ইউৰোলৈ বৃদ্ধিৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বৃদ্ধিৰ বাবে দুয়ো দেশৰ মাজত উৎপাদন, বিনিয়োগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতাৰ আহ্বান জনাই মন্ত্রী শ্রীগোৱেলে কয় যে দুয়ো দেশে যোগান শৃংখল শক্তিশালী কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে নতুন অর্থনৈতিক সুযোগ সৃষ্টি কৰিব পাৰে। কালি বার্লিনত ভাৰত জার্মানী ব্যৱসায়িক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি শ্রীগোৱেলে এই কথা প্ৰ...