July 24, 2026 7:11 PM

views 2

মুছলপুৰত প্ৰেছ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক লৈ বাৰ্তা নামৰ কৰ্মশালা

বাক্সা জিলা সদৰ মুছলপুৰত আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।  লোকপিয়ল ২০২৭ক অধিক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই কৰ্মশালাত জিলা আয়ুক্ত তথা বাক্সা জিলা লোকপিয়ল অধ্যক্ষ কিন্নেই চাংচন উপস্থিত থকাৰ লগতে লোকপিয়ল বিভাগৰ উপ-পঞ্জীয়ক জেনেৰেল ভাৰতী ছান্দা, প্ৰেছ ইনফৰমেচন ব্যুৰোৰ যৌথ সঞ্চালক পানভী গুপ্তাও উপস্থিত থাকে।  কর্মশালাত অংশগ্রহণ কৰি উপ-পঞ্জীয়ক গৰাকীয়ে লোকপিয়ল...

July 17, 2026 6:23 PM

views 2

আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত প্ৰেছ ইনফৰমেছন ব্যু’ৰোৰ উদ্যোগত ‘বার্তা’ শীর্ষক বিশেষ কৰ্মশালা অনুষ্ঠিত

কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেছন ব্যু’ৰোৰ উদ্যোগত ‘বার্তা’ শীর্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। ২০২৭ ৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কর্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কর্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক, কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। ২০২৭ ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ লোকপিয়ল ১৭ আগষ্টৰ পৰা গৃহ গণনা প...