October 20, 2026 5:34 PM
4
এছিয়ান পেৰা গেমছত ভাৰতৰ পেৰা এথলিট দীপ্তি জীৱনজীৰ সোণৰ পদক লাভ
জাপানৰ আইচি নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে দুটা ৰূপৰ পদক অৰ্জন কৰিছে। পুৰুষৰ ৬৫ কিলোগ্রাম পাৱাৰ লিফ্টিং ইভেণ্টত ভাৰতৰ অশোকে ১৯২ কিলোগ্রাম ভাৰোত্তলনেৰে ৰূপৰ পদক অর্জন কৰে। চীনৰ জ’ য়িয়ে ২১৬ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৭৭ কিলোগ্রাম ওজন শাখাত ইণ্ডোনেছিয়াৰ মাৰ্গোনোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱান ইভেণ্টত ভাৰতৰ পেৰা শ্বুটাৰ মণিষ নাৰৱালে ফাইনেলত ২৩৩.৭ পইণ্ট লাভেৰে ৰূপৰ পদক অৰ্জন কৰে। দক্ষিণ কোৰিয়াৰ জ’ জেওংডুৱে সোণৰ পদক আৰু চীনৰ য়াং ছা...