June 7, 2026 7:19 PM

views 24

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্র নির্মাতা আৰু নাট্যকাৰ হিচাপে প্রসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্র নির্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি পদ তেওঁ অলংকৃত কৰিছিল। ১৯৬৪ চনৰ আজিৰ দিনটোত দেহাবসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদিৰ গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত...

June 7, 2025 10:38 AM

views 76

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে জোনাকী মেল শীর্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জোনাকী মেল শীর্ষক এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শিল্পগ্রাম প্ৰেক্ষাগৃহত সন্ধিয়া পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠান লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণ ন্যাসৰ সহযোগত আয়োজন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্র নির্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি ৰূপে পৰিচিত। তেওঁ ৰচনা কৰা গীতসমূহ অসমীয়া গীতি সাহিত্যৰ অনুপ...