July 3, 2026 11:02 AM

views 15

নতুন দিল্লীত আজি ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কর্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্য মন্ত্ৰী প্ৰফেছাৰ এছ পি সিং বাঘেলেও কৰ্মশালাত ভাগ ল'ব । কর্মশালাত ষোড়শ বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰ্যালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নির্দেশনা সম্পর্কে আলোচনা কৰা হ'ব। কৰ্মশালাত...