May 21, 2025 7:58 PM

views 52

অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে।কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী খার্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব...

May 21, 2025 12:35 PM

views 40

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দেৰ নেতৃত্বত প্ৰথমটো দলে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, লাইবেৰিয়া, ডেম'ক্রেটিক ৰিপাব্লিক অব কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা আৰু ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বত আন দুটা দল কাইলৈ ৰাওনা হ'ব। সঞ্জয় ঝাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰ...

May 20, 2025 9:11 PM

views 43

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি মণ্ডল কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ৫৯ জন সাংসদেৰে গঠিত এই প্রতিনিধি দলটোৱে কাইলৈৰে পৰা অহা ৫ জুনলৈকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰ...

May 19, 2025 9:07 PM

views 52

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে'হৰ শ্ৰদ্ধা...

May 13, 2025 12:39 PM

views 62

সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়

বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধান এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে কয়, যে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্র বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালকপ্রধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্ছেলগৰাকীয়ে সেনা বাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাথন...

May 12, 2025 7:19 PM

views 41

সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশা ৮ বজাত ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নিশা ৮ বজাত সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি ভাষণ দিব। জম্মু-কাশ্মীৰৰ পেহেলগামত এগৰাকী নেপালৰ নাগৰিক আৰু ২৫ জন ভাৰতীয়ক সন্ত্রাসবাদীয়ে বৰভাৱে আক্রমণ চলায় হত্যা ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হোৱাৰ লগতে কমেও ১০০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্রী মোডীয়ে আজি বিয়লি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্য্যায়ৰ বৈঠকত অধ্যক্...

May 12, 2025 6:19 PM

views 119

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ স্পষ্ট বার্তা দিয়া বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে আজি কয়, যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটা স্পষ্ট বার্তা দিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ মুখপাত্র সম্বিত পাত্রই কয়, যে পাকিস্তান আৰু দেশখনে চলাই থকা সন্ত্রাসবাদক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে ২০ খন দেশৰ নেতৃবৰ্গৰ সৈতে কথা পাতে। চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি বহুকেইখন ইছলামিক দেশে এইক্ষেত্ৰত ভাৰতৰ প্ৰতি সমর্থন ব্যক্ত কৰে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। ...

May 11, 2025 8:26 PM

views 61

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই আজি সন্ধিয়া এখন সংবাদমেল যোগে অৱগত কৰে। সংবাদ মেলত স্থল সেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান ডি জি এম অ' লেফটেনেণ্ট জেনেৰল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ' এয়াৰ মার্শাল এ কে ভাৰ্টি আৰু নৌসেনা বাহিনীৰ ডি জি এম অ' ভাইচ এডমিৰেল প্ৰমোদে অংশগ্ৰহণ কৰে। স্থলসেনা বাহিনীৰ ডি জি এম অ গৰাকীয়ে কয় যে পেহেলগামত ২৬জন নিৰীহ লোকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই সন্ত্ৰাসবাদবিৰোধী অভিযান চলোৱা হৈছিল আৰু ইয়াৰ দ্বা...

May 11, 2025 8:21 PM

views 56

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত ব্ৰহ্মছ এৰোস্পেছ একত্ৰিকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভার্চুৱেল পদ্ধতিৰে মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে অপাৰেছন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰাৰ উপৰি সামৰিক শক্তিৰ দৃঢ়তা আৰু সামৰ্থক বিশ্বৰ সন্মুখত তুলি ধৰিছে। শ্রী সিঙে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত স...

May 11, 2025 12:28 PM

views 44

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হ’ব অপৰাচেন সিন্দূৰ সন্দৰ্ভত বিশেষ দৃষ্টিপাত

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্যতম নায়ক অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচার্যই শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত পাকিস্তানত বোমাবর্ষণ কৰি উভতি অহাৰ পথত তেওঁৰ বিমান গুলীবিদ্ধ হোৱা ধ্বংস হোৱা আৰু পেৰাচ্যুটেৰে নামি অহাৰ পাছত কিদৰে পাকিস্তানী সেনাৰ চকুত ধূলি মাৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল এই সম্পৰ্কত প্ৰকাশ কৰে। অপৰাচেন সিন্দূৰ সম্পৰ্কত তেওঁ কয়, যে এই অভিযানৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে। এই অভিযান নিখুঁট আৰু সুপৰিকল্পিত বুলি ত...