July 5, 2026 8:28 PM

views 19

অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে

পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। আন্তর্জাতিক তেল বিপণন পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভার্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত চৌদি আৰৱ, ৰাছিয়া, ইৰাক, কুৱেইট, কাজাখস্থান, আলজেৰিয়া আৰু ওমানকে ধৰি সাতখন সদস্য-ৰাষ্ট্ৰৰে গঠিত অপেক প্লাছ গোটে প্রকাশ কৰে যে বিপণন ক্ষেত্ৰৰ স্থিৰতা অনাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। বিপণন ক্ষেত্ৰৰ পৰিস্থিত...

January 4, 2026 8:21 PM

views 92

জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ বাবে তেলৰ উৎপাদন অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত স্থগিত ৰখাৰ বাবে অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীৰ সহমত

অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীয়ে সংস্থাটোৰ মূল সদস্য দেশসমূহৰ মাজত ভূ-ৰাজনৈতিক অনিশ্চিয়তা বৃদ্ধি পোৱাৰ পাছতো নীতিগতভাবে তেলৰ উৎপাদন স্থিৰ কৰি ৰাখিবলৈ সহমত প্ৰকাশ কৰিছে। সংস্থাটোৰ আঠখন অংশীদাৰ দেশ চৌদি আৰৱ, ৰাছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, কাজাখাস্তান, কুৱেট, ইৰাক, আলজেৰিয়া আৰু অমানে সামুহিক ভাবে বিশ্বৰ প্ৰায় আধা তেল উৎপাদন কৰে। তেওঁলোকে যোৱা বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ প্ৰতিদিনে প্রায় ২.৯ মিলিয়ন বেৰল তেল উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছিল যিটো সমগ্ৰ বিশ্বৰ চাহিদাৰ প্ৰায় তিনি শতাংশৰ সমান। অৱেশ্য যোৱা নৱে...