March 28, 2025 8:01 PM

views 59

নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি অৰবিন্দ বিৰমানীৰ

নীতি আয়োগৰ সদস্য অৰবিন্দ বিৰমানীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি কৰে। ২০২৫ বিত্তীয় বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দ্বিতীয় ত্রৈমাসিকৰ বাবে এই ত্রৈমাসিক প্রতিবেদন প্রকাশ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৩ বৰ্ষৰ একে সময়ৰ তুলনাত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতৰ মুঠ বাণিজ্য ৫ দশমিক ৬-৭ শতাংশ বৃদ্ধি পোৱাৰ লগতে ৰপ্তানি ৫ দশমিক ২-৩ শতাংশ বৃদ্ধি পাইছে আৰু আমদানি বছৰি ৬ দশমিক ০-৭ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ছয় মাহত প্রতি মাহে গড়ে ৩৫ দশমি...

November 6, 2024 12:53 PM

views 64

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছে। নীতি আয়োগে এটা বিবৃতিযোগে কৈছে যে, দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত জল উৎসৱ অভিযান ৰূপায়ণ হৈ আছে। ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভাগ আৰু জলশক্তি মন্ত্ৰালয়ৰ সহযোগ...

November 5, 2024 9:00 PM

views 53

কাইলৈ নীতি আয়োগৰ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছে। নীতি আয়োগে এটা বিবৃতিযোগে কৈছে যে, ৬ ৰ পৰা ২৪ নৱেম্বৰলৈ দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত জল উৎসৱ অভিযান ৰূপায়ণ কৰা হৈছে। ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভ...

July 17, 2024 10:43 AM

views 55

নীতি আয়োগৰ গঠন প্ৰণালী সংশোধন

চৰকাৰে নীতি আয়োগৰ গঠন প্ৰণালীৰ সংশোধন কৰিছে। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক পদেন সদস্য হিচাপে আয়োগত অন্তৰ্ভুক্ত কৰা হৈছে। এখন জাননী অনুসৰি চৰকাৰে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, তীখা মন্ত্ৰী এইছ ডি কুমাৰাস্বামী, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝি, পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কু...