January 19, 2026 7:47 PM

views 61

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রী মোদীয়ে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয় বুলি উল্লেখ কৰি এন ডি আৰ এফৰ বিষয়াসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শ...

January 19, 2026 2:32 PM

views 54

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্যোগৰ সময়ত এন ডি আৰ এফৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এন ডি আৰ ...

January 19, 2026 2:30 PM

views 58

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকল...

October 7, 2025 8:10 PM

views 52

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অনুমোদন

কেন্দ্ৰই অগ্নি নির্বাপণ সেৱাৰ আধুনিকীকৰণ তথা বিকাশৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত হাৰিয়ানা, মধ্য প্রদেশ আৰু ৰাজস্থানলৈ ৯০৩ কোটি টকা বিত্তীয় সাহায্য মঞ্জুৰ কৰিছে। গৃহ মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্য্যায়ৰ সমিতিয়ে এই অনুমোদন জনায়। নির্দিষ্ট ধনৰাশিৰ ভিতৰত ১১৭কোটিতকৈও অধিক হাৰিয়ানাৰ বাবে, ৩৯৭ কোটি মধ্য প্রদেশৰ বাবে আৰু ৩৮৮ কোটিতকৈও অধিক টকা ৰাজস্থানৰ বাবে মঞ্জুৰ কৰা হৈছে। তদুপৰি, সমিতিখনে একেই পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অ...

January 19, 2025 8:54 PM

views 52

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ কৰ্মকৰ্তাসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিবাদন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে এন ডি আৰ এফৰ কৰ্মকৰ্তাসকলৰ সাহস, নিষ্ঠা তথা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। দুৰ্যোগৰ প্রতি জনোৱা সঁহাৰি, জৰুৰী অৱস্থাত সুৰক্ষা সুনিশ্চিত কৰা তথা জীৱন ৰক্ষা কৰাৰ বাবে এন ডি আৰ এফৰ অতুলনীয় প্ৰতিশ্ৰুতিবদ্ধতাক তেওঁ প্ৰশংসা কৰে। দুৰ্যোগ সঁহাৰি তথা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এন ডি আৰ এফে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ...