June 7, 2026 12:12 PM

views 32

সামাজিক মাধ্যমত বিয়পি পৰা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ NTA আহ্বান

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA-এ সামাজিক মাধ্যমত বিয়পি পৰা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফর্মত NEET (UG) ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে সদৰী কৰে যে সংগঠিত প্ৰতাৰণামূলক চক্ৰই এনে ভুৱা পোষ্টৰ যোগেদি ছাত্র ছাত্ৰী আৰু অভিভাৱকসকলক লক্ষ্য কৰি লৈছে। সংস্থাটোৱে লগতে দৃঢ়তাৰে উল্লেখ কৰে যে পৰীক্ষা প্রক্রিয়া বর্তমান সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত আ...

May 4, 2025 11:36 AM

views 63

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জি আজি অনুষ্ঠিত হ′ব

সমগ্ৰ দেশ আৰু বিদেশৰ ১৩ খন চহৰৰ ৫ হাজাৰৰো অধিক কেন্দ্ৰত আজি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে ২২ লাখ ৭০ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে।

April 10, 2024 11:30 AM

views 65

আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীক পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব পাৰিব : ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সাধাৰণ নিৰ্বাচনত ভোটদান কৰা তথা আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীসকলক পৰীক্ষা কক্ষত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে, এই সন্দৰ্ভত সামাজিত মাধ্যমত প্ৰচাৰিত বাৰ্তা সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে, তেওঁলোকে এনে ধৰণৰ কোনো নীতি নিৰ্দেশনা জাৰি কৰা নাই । সংস্থাটোৱে শিক্ষাৰ্থীসকলক এনে ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে বিদ্যাৰ্থীসকলক অধ্যয়নত গুৰুত্ব দিব...