September 20, 2026 11:19 AM

views 3

১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে দেশৰ ১০৬৭টা স্থানত ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ

'বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম ১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযান'ৰ অংশস্বৰূপে আজি দেশজুৰি বিশাল যুৱ জাগৰণ কাৰ্যসূচী আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, এই উপলক্ষে দেশৰ ১,০৬৭ টা স্থানত 'ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ' অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দেশৰ ৪৭১ টা জিলা 'মাই ভাৰত' কাৰ্যালয় আৰু সহযোগী সংগঠনসমূহৰ আন ৫৯৬ টা স্থানত অনুষ্ঠিত হ'ব। এই সমাৰোহৰ জৰিয়তে নিচামুক্ত হোৱাৰ সংকল্প গ্রহণ, স্বাক্ষৰ অভিযান, বিষয়বস্তুভিত্তিক বাটৰ নাট, শ্লোগান লিখন আৰু যুৱ নেতৃত্বাধ...

August 2, 2026 8:01 PM

views 18

শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১০০ সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাজ্যপাল গৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বৰঙণি যোগাবলৈ অনুপ্রাণিত কৰা...