October 9, 2026 11:28 AM

views 17

বিশিষ্ট অভিনেতা নানা পাটেকাৰৰ শেষকৃত্য সম্পন্ন

বিশিষ্ট অভিনেতা নানা পাটেকাৰৰ শেষকৃত্য যোৱা নিশা মহাৰাষ্ট্ৰৰ পুনেৰ দোঞ্জেত থকা তেওঁৰ নিজা ফার্মহাউছ (বাসভৱন)ত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন হয়। নিশা তেওঁৰ পুত্ৰ মলহাৰ পাটেকাৰে পৰিয়াল আৰু গুণমুগ্ধসকলৰ উপস্থিতিত দাহ-সংস্কাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। শেষকৃত্যৰ পূর্বে জ্যেষ্ঠ অভিনেতাগৰাকীক সশস্ত্ৰ গার্ড অৱ অনাৰো প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে পুনেত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু সুনেত্রা পাৱাৰে তথা দ'ঞ্জেত কেন্দ্রীয় মন্ত্রীসকলৰ লগতে চলচ্চিত্র জগতৰ বহু বিশিষ্ট ব্য...

October 8, 2026 3:43 PM

views 26

প্রসিদ্ধ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

প্রসিদ্ধ অভিনেতা নানা পাটেকাৰৰ আজি পুৱা নিজা বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ। পুৱাৰ ভাগত হঠাৎ বুকুৰ বিষ অনুভৱ কৰি অচেতন হৈ পৰাত তেওঁক ততালিকে চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে প্রায় ৪৫ মিনিট ধৰি তেওঁৰ জীবন ৰক্ষাৰ বাবে চেষ্টা চলোৱাৰ পাছতো চিকিৎসাৰ প্ৰতি সহাঁৰি নিদিয়াত তেওঁক মৃত ঘোষণা কৰা হয়। ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ অন্যতম সন্মানিত আৰু প্রতিভা সম্পন্ন অভিনেতা নানা পাটেকাৰ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কেইবা দশকজুৰি অভিনয়েৰে বিপুল খ্যাতি অৰ...