September 16, 2026 7:48 PM

views 13

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশীষ শর্মা, কংগ্রেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্র দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অন্যান্য প্রার্থীসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল চালাম, আৰ চি পি আই আৰ ভিৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পার্টীৰ শ্বেখ কৰিমুল্লা, নির্দলীয় প্রার্থী ক্রমে ফারুক খান, মনিরুল হ...