July 5, 2026 11:14 AM

views 10

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬খন আন বাহন বিতৰণ

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই কালি চুম'কেডিমাত অনুষ্ঠিত কৃষি প্রদর্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬ খন কৃষি কার্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকেই কৃষিকার্যত জড়িত বুলি উল্লেখ কৰি শ্ৰী ৰিঅ’ই কয়, যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ। ৰাজ্যখনৰ ভূমি অতি সাৰুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃষকসকলক খেতি পথাৰত আধুনিক কৃষি কার্য ব্যৱহাৰ কৰি উৎপাদন আৰু জীৱিকা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনী...

September 21, 2025 8:15 PM

views 60

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ আশা প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে এখন শান্তিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে বুলি আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দোহাৰে। এই দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীৰিঅ'ই আশা প্ৰকাশ কৰে। উপ- মুখ্যমন্ত্রী ৱাই পেনেও শান্তি দিৱস উপলক্ষে সকলো নাগৰিককে দয়া, সহযোগিতা আৰু ভাৱ বিনিময়ৰ ক্ষেত্ৰত থকা তেওঁলোকৰ উমৈহতীয়া দায়বদ্ধতাৰ ক্ষেত্ৰত নতুনত্ব আনিবলৈ আহ্বান জনায়। দেশসমূহক একত্ৰিত কৰিব পৰা সমূহীয়া প্ৰচেষ্টাই হওক বা আম...