October 2, 2026 11:29 AM

views 6

দেশী-বিদেশী পৰ্যটকৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি

মানস ৰাষ্ট্ৰীয় উদ্যান আজি দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। বি টি চি প্রধান হাগ্রামা মহিলাৰী, বি টি চিৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য জেমছ বসুমতাৰী, মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেবাগৰাকী শীর্ষ বিষয়াৰ উপস্থিতিত পুৱা বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ ২০২৬-২৭ পৰ্যটন বর্ষৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হ'ব। এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্রবেশদ্বাৰ আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহ সজাই-পৰাই তুলিছে। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

September 18, 2024 7:02 PM

views 30

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ অহা ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে এখন জাননীযোগে এই কথা সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় তথা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী বিধি অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই ঘোষণা কৰে। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে পুনৰ জাননী নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে যোৱা ২০ জুনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰত...