September 20, 2026 11:16 AM

views 22

ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বায় মেট্ৰিক আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ

ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বায়'মেট্রিক আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্রযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ বুকিঙৰ বাবে বায়'মেট্রিক আধাৰ প্ৰমাণিকৰণ সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত কেৱল প্ৰকৃত আৰু প্ৰাপ্য পৰিয়ালেহে যাতে ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছ লাভ কৰে সেয়া সুনিশ্চিত হ'ব। এই ব্যৱস্থাই নকল আৰু অযোগ্য ৰন্ধ...

December 3, 2025 4:22 PM

views 58

প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব

-ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ ৮৫০ টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৩০০ টকা হিতাধিকাৰীয়ে ৰাজ সাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা হয়। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অ...

September 1, 2025 12:16 PM

views 77

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হ'ব বুলি তেল ব্যৱসায়ীক কোম্পানীসমূহে কালি প্ৰকাশ কৰিছে। এই অনুসৰি দিল্লীত ১৯ কিল'গ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা এহেজাৰ পাঁচশ আশী টকা হ'ব। অৱশ্যে ১৪ দশমিক ২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত আছে। এই মূল্য হ্রাসে দেশৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে তেল ব্যৱসায়ীক কোম...