October 31, 2026 9:33 PM
1
কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে
কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয়, যে এই সিদ্ধান্তই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাঁচী গছৰ কৃষক, উৎপাদক আৰু ৰপ্তানীকাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰ সুলভ কৰি তুলিব। ইয়াৰ উপৰি পৰিবহণৰ সুবিধা হ্ৰাস পাব আৰু স্থানীয় উদ্যোগীৰ বাবে নতুন বজাৰ তথা অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলি...