June 17, 2026 10:24 PM

views 19

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে পৰ্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব ছৈয়দাইন আববাচী, বিভাগটোৰ আয়ুক্ত তথা সচিব আৰু গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়ুক্তকে ধৰি জনসম্পদ বিভাগ আৰু বিমান বন্দৰ কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰে'ল বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত ম...

August 22, 2025 8:02 PM

views 29

দৰঙৰ সুলভ মূল্যৰ দোকানী, সমবায় সমিতিৰ প্ৰতিনিধিৰে বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলক স্বচ্ছ আৰু নিকাভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো আগবঢ়াই নিবলৈ আহ্বান জনাইছে। দৰং জিলাৰ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে বিভাগটোৰ অভিলাসী আচনি সম্পৰ্কত মঙলদৈৰ জিলা পুথিভড়ালত আজি এখন সজাগতা সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শ্ৰীৰায়ে অহা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে সুলভ মূল্যত লাভ কৰিবলগীয়া মচুৰ ডাইল, চেনী আৰু নিমখ বিতৰণ সন্দৰ...