August 12, 2026 6:44 PM
11
জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰা হব
শিল্পী জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত আদালতে ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এইকথা জনাই কয়, যে এই গোচৰ সন্দৰ্ভত আজিলৈকে ৮৯ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুস সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে, আদালতৰ নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা খোলা সন্দৰ্ভত দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা ১৮ চেপ্তেম্বৰত ৰায় প্ৰদানৰ বাবে ন্যায়াধীশ শর্মি...