April 7, 2024 12:36 PM

views 79

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক'জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি অভিহিত কৰি তেওঁ দুয়োটা দলেই দুৰ্নীতিৰ প্ৰতি আগ্ৰহী বুলি মন্তব্য কৰে। ৰাজ্যখনত দুর্নীতি চলি থকা বুলি অভিযোগ তুলি তেওঁ কয় যে, দুয়োটা মিত্রজোঁটে স্থানীয়ভাৱে এটাই আনটোৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ মিত্ৰতাই ভণ...

April 4, 2024 6:08 PM

views 111

জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার্থীৰ সমৰ্থনত আয়োজিত সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি তেওঁ আজি পিথোৰাগড়ত এখন সভাত ভাষণ দিব। ইয়াৰ পাছতে তেওঁ বিয়লি প্রায় ৪ বজাত ডেৰাডুনৰ বিকাশ নগৰত আন এখন ...