June 12, 2026 5:59 PM

views 15

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰানাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যশপাল ৰানাৰ মৃত্যুত শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুট...

June 12, 2026 12:53 PM

views 22

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পৰা ভাৰতীয় দল উভতি অহাৰ সময়ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে ৰাণাক অলপতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত হোৱা ব্লকেজৰ বাবে ষ্টেণ্ট স্থাপন কৰা হৈছিল। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল যশপাল ৰাণাই পেৰিছ অলিম্পিকত ...