May 6, 2024 1:36 PM

views 58

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সক...

May 4, 2024 1:28 PM

views 47

আই পি এলঃ যোৱানিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে

◊ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টাৰ্কে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। মুম্বাইৰ হৈ নুৱান টুছাৰাই ৩টা উইকেট দখল কৰে। কলকা...

May 4, 2024 12:52 PM

views 57

IPL: সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অ’ভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টার্কে ৪টা উইকে...

April 29, 2024 6:20 PM

views 55

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি হ'ব। আনহাতে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰান কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সর্বাধিক ১০০ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৭০ ৰান কৰি অপৰাজিত হৈ থাকে। প্রতি...

April 26, 2024 6:55 PM

views 49

আইপিএল ক্রিকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেলত অৱতীৰ্ণ হ’ব পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০৭ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭১ ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহবাজ আহমেদে সৰ্বাধিক ৪০ ৰান কৰ...

April 24, 2024 5:32 PM

views 47

আই পি এল ক্রিকেটত আজি গুজৰাট টাইটানছ আৰু দেলহি কেপিটেলছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১০ ৰান কৰে। চেন্নাইৰ হৈ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে সৰ্বাধিক ১০৮ ৰান কৰাৰ বিপৰীতে শিৱম ডুবে...

April 23, 2024 11:45 AM

views 56

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮ অভাৰ ৪টা বলত এটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। ৰাজস্থান ৰয়েলছৰ হৈ য়যশ্বী জয়ছোৱালে অপৰাজিত ১০৪ ৰান কৰাৰ বিপৰীতে সঞ্জু ছেমছনে অপৰাজিত ৩৮ ৰান কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্...

April 22, 2024 5:55 PM

views 50

আই পি এলত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱৰ্তীণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পাঞ্জাব কিংছক ৩ উইকেটত পৰাস্ত কৰে। ইপিনে, কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ১ ৰানত পৰাস্ত কৰে ।

April 22, 2024 11:15 AM

views 47

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ খেল ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব।   প্রতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা য়াৰাবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পাঞ্জাব কিংছক ৩ উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১৪২ ৰান কৰে। দলটোৰ হৈ প্ৰভসিমৰণ সিঙে সৰ্বাধিক ৩৫ ৰান কৰাৰ বিপৰীতে গুজৰাটৰ আৰ ছাই কিশোৰে ৪টাকৈ উইকেট দখল কৰে...

April 20, 2024 12:24 PM

views 46

আইপিএলৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ, আজিৰ খেল ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দেলহী কেপিটেলছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৭৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত দুটা উইকেট হেৰুৱাই ১৮০ ৰাণ কৰে। লক্ষ্ণৌৰ হৈ কে এল ৰাহুলে ৫৩টা বলত ৮২ ৰাণ কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰাণ কৰে। চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৫৭ ৰাণ কৰে। লক্ষ্ণৌৰ ক্রুনাল পাণ্ডিয়াই দুটা ...