December 6, 2025 7:59 PM

views 48

২০৩০ চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সুচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্ত ...

December 6, 2025 2:52 PM

views 68

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সূচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্...

December 5, 2025 3:21 PM

views 50

ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ দ্বিপাক্ষিক বৈঠক

■ নতুন দিল্লীত অনুষ্ঠিত ত্রয়োবিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত কালি কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দুয়োদেশৰ মাজত মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পাৰস্পৰিক বাণিজ্য সন্দৰ্ভত আলোচনা কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰ আদি ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত গৱেষণা, শিক্ষা, প্রযুক্তি, গভীৰ সাগৰত মাছ ধৰা জাহাজ আদি সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। ...

December 5, 2025 12:51 PM

views 54

গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী

● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ মন্ত্ৰী বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ সময়ত তেওঁ এইদৰে কয়। শ্রীসিঙে কয় যে ২০০০ চনত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহয...

December 4, 2025 8:03 PM

views 46

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্রালয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ২২ সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি বৈঠকৰ সময়ত দুয়োখন দ...

December 4, 2025 6:32 PM

views 64

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপত...

November 29, 2024 10:31 AM

views 57

ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থ বৈঠক

ভাৰত-ৰাছিয়া আন্তঃ চৰকাৰী সামৰিক আৰু সামৰিক-কাৰিকৰী সহযোগিতা আয়োগৰ অধীনৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থখন বৈঠক কালি মস্কোত সম্পন্ন হয়৷ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰা সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল জে পি মেথিউ আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰা দেশখনৰ সশস্ত্র বাহিনীৰ উপ-মুখ্য লেফটেনেণ্ট জেনেৰেল ডাইলেভস্কি ইগ'ৰ নিকোলায়েভিচৰ সহঅধ্যক্ষতাত বৈঠকখন সম্পন্ন হয়। উল্লেখযোগ্য যে, দুয়োখন ৰাষ্ট্ৰই স্থল, আকাশ আৰু সাগৰীয় ক্ষেত্ৰত যৌথভাৱে অনুশীলন অব্যাহত ৰাখিছে৷ ভাৰত-ৰাছিয়াৰ ...