November 27, 2025 3:45 PM

views 53

পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধৰ বাবে উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰৰ ভিডিঅ’ক খণ্ডন চৰকাৰৰ

● পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভি ডি অ' চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল-সলনি কৰা ভি ডি অ'টোত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্রযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধ্বংস কৰাৰ কথা স্বীকাৰ কৰা বুলিও কোৱা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰৰ তথ্য উদ্ঘাটনকাৰী গোটে পাকিস্তানৰ কেইবাটাও ভুৱা একাউণ্টৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কৃত্রিম বুদ্ধিম...

December 4, 2024 8:48 PM

views 79

ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে আজি ৰাজ্যসভাত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত সময়ত দুয়োখন দেশৰ মাজত হ'বলগীয়া আলোচনাত সীমান্ত এলেকাৰ পৰা সৈন্যৰ প্ৰত্যাহাৰ আৰু ফলপ্ৰসূ সীমান্ত ব্যৱস্থাপনাৰ বিষয় দুটাই স্থান লাভ কৰিব । ২০২০ চনৰ এপ্রিল-মে'ত ভাৰতীয় আৰু চীনা সৈন্য বাহিনীৰ মাজত সৃষ্টি হোৱা অচলাবস্থা সন্দৰ্ভত ড০ জয়শংকৰে কয়, যে ২০২০ ...

October 23, 2024 7:35 PM

views 75

ব্রিকছ শীর্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্য্যালোচনা চলায়। প্রধানমন্ত্ৰীৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয় যে, বৈঠকত শ্রীমোদীয়ে মতানৈক্যই সম্পর্ক ব্যাহত কৰিব নালাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে, দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ প্ৰতি সন্মান জনাবলৈ সন্মতি প্রকাশ কৰিছে। দুয়োখন দেশে সীমান্ত এলেকালৈ শান...