September 14, 2026 8:20 PM
7
বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশৰ ইচ্ছা প্ৰকাশ
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হুমায়ুন কবিৰে বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰিছে। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে মত-বিনিময় কৰি হুমায়ুন কবিৰে কয়, যে সম্প্ৰতি দেশ দুখনৰ মিত্ৰতা কিছুমান নিৰ্দিষ্ট দিশত সীমাবদ্ধ হৈ আছে। এই পৰিধি অতিক্ৰম কৰি উমৈহতীয়া স্বাৰ্থৰ ভিত্তিত নতুন দিল্লীৰ সৈতে মিত্ৰতা আগবঢ়াই নিবলৈ বাংলাদেশে ইচ্ছা প্রকাশ কৰা বুলি সদৰি কৰে। প্ৰয়োজন সাপেক্ষ...