October 12, 2026 11:49 AM
19
তৃতীয়খন টি-২০ খেলত ভাৰতৰ হাতত ১৪ ৰানত পৰাস্ত ৱেষ্ট ইণ্ডিজ
টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক ১৪ ৰানত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ২২৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ ছিমৰন হেটমেয়েৰে সৰ্বাধিক ৪৩ আৰু কামিল পুৰাণে ৪২ ৰান কৰে। ভাৰতৰ অশ্বদীপ সিঙে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। অভিষেক শর্মাই ৩...