July 15, 2026 8:40 PM

views 6

ভাৰত-ব্রিটেইনৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী

ভাৰত আৰু ব্রিটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা ৯৯ শতাংশ সামগ্ৰীৰ ওপৰত ব্রিটেইনৰ বজাৰত কোনো ধৰণৰ শুল্ক প্ৰযোজ্য নহ'ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্রী, গোটাদানাজাত শস্য, খোৱা তেল, আপেলসহ ভালেমান সামগ্রীক কৰৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত এই নতুন অর্থনৈতিক যুগৰ সূচনাৰ সৈতে সংগতি ৰাখি আজি ভাৰতত ব্রিটেইনৰ উপ আয়ুক্ত ষ্টিক হাইক্লিং আৰু বিদেশ বাণিজ...

July 15, 2026 2:16 PM

views 3

ভাৰত-ব্রিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত নতুন ক্ষেত্ৰৰ সূচনা হ’ব : মন্ত্রী পীয়ুষ গোৱেল

ভাৰত আৰু ব্রিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰেপৰা কাৰ্যকৰী হোৱাৰ ফলত বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱন ক্ষেত্ৰত নতুন ক্ষেত্ৰৰ সূচনা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে প্ৰকাশ কৰিছে। এখন ইংৰাজী দৈনিক কাকতত প্রকাশিত এটা নিৱন্ধত শ্রী গোৱেলে কয়, যে মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ-সুবিধাৰ সৃষ্টি কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনত বিকশিত ভাৰতৰ দৃষ্টিভংগীকো বাস্তৱায়িত কৰিব। এই অভিলাষী চুক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ সৱলীকৰণ কৰাৰ লগতে ভাৰতৰ জনসাধাৰণৰ ...