September 13, 2026 11:52 AM

views 4

মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত ভাৰত-শ্রীলংকাৰ মুখামুখি

ডুবাইত মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্রীলংকাৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত এই খিতাপ অৰ্জনৰ যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ তিনিওখন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰিছিল।  আনহাতে শ্রীলংকায়ো গ্রুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমিফাইনেলত পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। মহিলা এছিয়া কাপৰ ইতিহাসত সাতবাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদ...

September 9, 2026 8:31 PM

views 6

শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমানা দিশানায়কক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমানা দিশানায়কক আজি কলম্বোত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্রীলংকাৰ মাজত থকা বহুপাক্ষিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই অঞ্চলটোৰ সুৰক্ষা, শান্তি আৰু সমৃদ্ধিৰ বাবে দৃঢ়তা প্রকাশ কৰে। চুবুৰীয়া দেশ দুখনৰ মাজত থকা সভ্যতাগত সম্বন্ধ, নিকট সম্বন্ধ আৰু সামুদ্রিক সম্বন্ধৰ ক্ষেত্ৰত দুয়োপক্ষই কাম কৰি যোৱাৰ সন্মতি প্রকাশ কৰে, যাতে জনসাধাৰণৰ কল্যাণ আৰু বিকাশ সাধন হয়। দুয়োপক্ষই ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্...