September 21, 2026 8:16 PM

views 13

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ এশ শতাংশ শুল্কবিহীন ৰপ্তানীৰ সুযোগ দিব। তেওঁ কয়, যে এই কৌশলগত অংশীদাৰিত্বই দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্কক আৰু অধিক গভীৰ কৰাৰ সামুহিক আকাংক্ষাক প্রতিফলিত কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত পৰৱৰ্তী ৪-৫ বছৰত পণ্য আৰু সেৱাত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি প্ৰায় ৩০ হাজা...

March 16, 2025 8:19 PM

views 117

ভাৰত আৰু নিউজিলেণ্ডে পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি দুয়ো দেশৰ ঘোষণা

ভাৰত আৰু নিউজিলেণ্ডে এখন ব্যাপক আৰু পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেল আৰু নিউজিলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী টড মেকক্লেৰ মাজত হোৱা আলোচনাত এই কথা সদৰি কৰা হয়৷ সামাজিক মাধ্যমযোগে শ্রীগোৱেলে কয় যে এই দ্বিপাক্ষিক অংশীদাৰিত্বৰ চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক আৰু অধিক গভীৰ আৰু সম্প্ৰসাৰিত হ'ব। তেওঁ আৰু কয় যে এই দ্বিপাক্ষিক বাণিজ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু ২০২৪ চনৰ এপ্ৰিলৰ প...