January 18, 2026 12:42 PM

views 56

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ বৈঠক

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কালি কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে ভাৰত আৰু কানাডাৰ মাজত অর্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে৷ সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীগোৱেলে কয়, যে এই বৈঠকত দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়। দুয়োখন দেশৰ খনিজ পদার্থ উৎপাদন, প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা আৰু উদ্ভাৱনৰ দৰে দিশসমূহৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। দুয়োখন দেশৰ মাজত নতুন সুযোগ মুকল...

November 13, 2025 8:40 PM

views 49

কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰে মন্ত্ৰী পীযুষ গোৱেলৰ বৈঠক

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী পীযুষ গোৱেলে কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে মন্ত্ৰী শ্ৰী গোৱেলে জানিবলৈ দিয়ে যে, এই বৈঠকত দুয়োজন মন্ত্ৰীয়ে ভাৰত আৰু কানাডাৰ মাজত হ'বলগীয়া সপ্তম বিভাগীয় স্তৰৰ আলোচনাত অন্তৰ্ভুক্ত কৰিবলগীয়া বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে জানিবলৈ দিয়ে যে, দুয়ো পক্ষই কানাডা আৰু ভাৰতৰ মাজত হ'ব পৰা দ্বিপাক্ষীক বাণিজ্য, বিনিয়োগৰ প্ৰচাৰ ...