September 4, 2026 11:49 AM

views 25

বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰৰ সৈতে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰক সাক্ষাৎ কৰি দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত আলোচনা কৰে। দেশ দুখনে সমাগত ৫ বছৰত দুয়োখন দেশৰ মাজৰ ব্যৱসায় দুগুণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। তেওঁলোকে লগতে সন্ত্রাসবাদৰ মুখামুখি হোৱাৰ বাবে উমৈহতীয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমর্থনৰ বাবে তেওঁলোকৰ দায়বদ্ধতা দোহাৰিছে। কোনো ধৰণৰ সন্ত্রাসবাদ আৰু ইয়াৰ লগত জড়িত কার্যকলাপ কেতিয়াও সহ্য কৰা নহ'ব বুলি দৃঢ়তা প্রকাশ কৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহ...

September 3, 2026 12:20 PM

views 38

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি বেভাৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি বেভাৰ আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহকে ধৰি দ্বিপাক্ষিক সম্পর্কক প্রভান্বিত কৰিব পৰা সমগ্র বিষয় আলোচনা কৰিব। বেলজিয়ামৰ প্রধানমন্ত্রীগৰাকী তিনিদিনীয়া ভ্রমণসূচীৰে যোৱানিশা ৰাজধানী দিল্লীত উপস্থিত হৈছে। তেওঁৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্রী থিঅ' ফ্রাংকেনো ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথম ভাৰত ভ্ৰমণ। ...