September 10, 2026 7:46 PM

views 4

শুঁৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা কৃষি বিভাগৰ বিশেষ তৎপৰতা

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত শুঁৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত শুঁৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্রব্য প্ৰয়োগৰ লগতে ক্ষতিগ্রস্ত কৃষকসকলৰ মাজত প্রয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফ্ৰাই কৃষি চক্ৰৰ অন্তৰ্গত খাৰঘৰীয়া দেওধাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোণৰ জৰিয়তে কীটনাশক দ্রব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষি ব...

September 9, 2026 8:16 PM

views 4

চৰাইদেউ, শিৱসাগৰ আৰু নগাঁও আদি জিলাৰ ধানখেতিত শুৰপোকৰ উপদ্ৰৱ

ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধানখেতিত হোৱা শুৰপোকৰ আক্রমণ নিয়ন্ত্রণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যবস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি শুৰপোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্রভাবিত কৃষকসকলৰ মাজত প্রয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্রব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে শুৰপোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্রযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্রোন প্ৰযুক্ত...