June 7, 2026 12:07 PM

views 19

আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কার্যালয়ত শ্রীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তবর্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নির্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত ৫ বছৰৰ ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নির্দেশ দিয়ে। তেওঁ কয়, যে নিচাজাতীয় দ্রব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজ...

June 17, 2025 12:46 PM

views 35

নতুন দিল্লীত অসমৰ বানবিষয়ক মানচিত্ৰ মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসমৰ বানবিষয়ক এখন মানচিত্ৰ মুকলি কৰে। উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ কেন্দ্রই ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে ১৯৯৮ৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি যুগুত কৰা মানচিত্ৰখন শ্ৰীশ্বাহে কালি নতুন দিল্লীত মুকলি কৰে। মানচিত্ৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বান নিয়ন্ত্রণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু বানৰ সময়ছোৱাত আশ্রয় শিবিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ই সহায়ক হ'ব। দে...