September 14, 2026 8:42 PM

views 4

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নৱী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰাৰ কথা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মি...

September 14, 2026 5:43 PM

views 2

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী।

September 13, 2026 8:18 PM

views 3

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে হিন্দী ভাষাৰ সংবর্ধনৰ লগতে অন্যান্য ভাৰতীয় ভাষাসমূহৰ লগতে হিন্দীৰ সমন্বয় সন্দৰ্ভত আলোচনা কৰিবলৈ বিশেষজ্ঞ, ভাষাবিদ, শিক্ষাবিদ তথা চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে সুযোগ পাব। আৰম্ভণিৰ অধিবেশনত শ্রীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবর্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব...

September 14, 2025 8:30 PM

views 32

হিন্দী দিৱস উপলক্ষে প্রধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্রী মোদীয়ে কয় যে হিন্দী কেৱল যোগাযোগৰ মাধ্যম নহয়, বৰঞ্চ দেশৰ পৰিচয় আৰু মূল্যবোধৰ সজীৱ ঐতিহ্য। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ প্ৰতি ক্রমবর্ধমান সন্মান জাতিটোৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে জনসাধাৰণক সকলো ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাৰ সংকল্প আৰু সমৃদ্ধিৰ বাবে একত্রিত হ'বলৈ আৰু ভবিষ্যত প্ৰজন্মলৈ গৌৰৱেৰে কঢ়িয়াই লৈ যাবলৈ আহ্বান জনায়। কেন্দ্রীয...

September 14, 2025 12:13 PM

views 47

সমগ্র দেশতে হিন্দী দিৱস উদযাপন

আজি সমগ্র দেশতে হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দীক দেশৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। বৰ্তমান হিন্দী হৈছে বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিকৈও অধিক মানুহে ব্যৱহাৰ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধী নগৰত মহাত্মা মন্দিৰত পঞ্চম অখিল ভাৰতীয় ৰাজভাষা সন্মিলন উদ্বোধন কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব।

September 14, 2024 2:50 PM

views 44

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্ৰচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব। ৰাজভাষা বিভাগে হিন্দী ভাষাই ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন...

September 14, 2024 11:03 AM

views 72

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

■ সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্রচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে সকলো ভাৰতীয় ভাষাই দেশৰ গৌৰৱ আৰু ঐতিহ্য। এই ভাষাসমূহৰ উন্নতি অবিহনে দেশৰ প্ৰগতি সম্ভৱ নহয়। ৰাজভাষা হিচাপে হিন্দীৰ সৈতে সকলো ভাৰতীয় ভাষাৰ সম্...