July 2, 2026 11:30 AM

views 13

বিটিচিৰ বিভাগীয় পর্যবেক্ষণ বৈঠকত হাগ্ৰামা মহিলাৰীৰ অংশগ্ৰহণ

বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পর্যবেক্ষণ বৈঠকত অংশ লৈ কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোকনির্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ অধীনত কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱা হয়। শ্রীমহিলাৰীয়ে জনসাধাৰণে সৰ্বাধিক সুবিধা লাভ কৰিব পৰাকৈ সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে কাম-কাজসমূহ স্বচ্ছ হোৱাটো নিশ্চিত কৰিব...

June 4, 2026 11:19 AM

views 30

মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

● মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত হৰমুজ প্রণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ৬ মাহৰ বাবে ৩০ শতাংশ হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ এই কথা সদ...

January 22, 2026 12:41 PM

views 47

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক ক...