June 8, 2026 6:52 PM

views 13

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। [video width="720" height="1280" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Laxmanacharya-Ghy.mp4"][/video] সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ ছহিদ শ্ৰদ্ধাঞ্চলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে ছহিদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে।  অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ ছদিহৰ...

June 15, 2025 7:42 PM

views 26

বিটিআৰ প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা শুভাৰম্ভ

বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ কাম সুচল কৰি তোলাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ৰ এই অভিযানৰ সফলতাৰ পাছত বিটিআৰ প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ জৰিয়তে কেইবাটাও ভূমি সংক্রান্তিয় সেৱা আগবঢ়াবলৈ সাজু হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ এই অভিযানৰ জৰিয়তে ১ লাখ ৬০ হাজাৰৰো অধিক লোকক ১৪টা সেৱা অনলাইন ব্যৱস্থাৰে আগবঢ়োৱা হ'ব। ইয়াৰ বাবে লোকসকলে bwiswmuthi.bodoland.gov.in বা sewasetu.assam.gov.in প'ৰ্টেল...