October 3, 2026 4:42 PM

views 7

প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভাইও দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবার্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱ...

December 27, 2025 6:29 PM

views 57

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক তিনিচুকীয়াৰ কাকপথাৰৰ ৰত্নেশ্বৰ মৰাণক চলিত বৰ্ষৰ প্ৰতিমা ...

December 27, 2024 11:20 AM

views 75

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২সংখ্যক মৃত্যুবার্ষিকী

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২২ সংখ্যক মৃত্যুবার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি তর্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদ...