November 3, 2026 11:22 AM

views 5

ঘনকান্ত গগৈক আজি পুনৰ বিশেষ তদন্তকাৰী গোটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

মহানগৰীৰ এখন হোটেলত ৫ জনকৈ লোকক গুলীয়াই হত্যা কৰা গোচৰত অভিযুক্ত ঘনকান্ত গগৈক আজি বিশেষ তদন্তকাৰী গোটে পুনৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাব। সাত দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিত তদন্তকাৰী গোটে অভিযুক্ত গগৈক আদালতত হাজিৰ কৰোৱাবলৈ প্ৰস্তুতি চলাইছে। উল্লেখযোগ্য যে, ৫ জনকৈ লোকক গুলীয়াই হত্যা কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ঘনকান্ত গগৈক যোৱা ২৭ অক্টোবৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল । ইয়াৰ পাছতে আদাল...