September 30, 2025 6:25 PM

views 66

প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰৰ পৰা জৈৱ বৈচিত্র্যলৈ আহিব পৰা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সাজু হ’বলৈ সকলোকে আহ্বান

প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰৰ পৰা জৈৱ বৈচিত্র্যলৈ আহিব পৰা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সাজু হ'বলৈ সকলোকে আহ্বান জনায়। নতুন দিল্লীত সামৰিক নাৰ্চিং সেৱাৰ ১০০ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি তেওঁ কয় যে ক'ভিড মহামাৰীৰ পাছৰ পৰা এই প্ৰত্যাহ্বান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছে। কঠোৰ পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সামৰিক নাৰ্চিং সেৱাৰ প্ৰচেষ্টাকো তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে সংঘাতৰ সন্মুখৰ শাৰীতেই হও...

June 3, 2025 9:30 PM

views 71

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকেঃ ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকে বুলি ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে পাকিস্তানৰ ছায়া যুদ্ধক কোনো কাৰণতে সহ্য কৰা নহব । সাবিত্রী বাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধ কৌশল সন্দৰ্ভত বক্তৃতা দি শ্রীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনা বাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহেলগাম সন্ত্রাসবাদী আক...

April 29, 2024 6:38 PM

views 55

CDS General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি, ভাৰত-ফ্ৰান্সৰ কৌশলগত মিত্ৰতা সুনিশ্চিত

Chief of Defence Staff General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্রমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত মিত্ৰতা সুনিশ্চিত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা ত্বৰান্বিত হোৱাৰ ইংগিত দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জেনেৰেল অনিল চৌহান আৰু ফ্ৰান্সৰ সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা বৈঠকত দুয়োখন দেশৰ উমৈহতীয়া স্বার্থ জড়িত তথা সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূর্ণ বিষয়সমূহ সন্দৰ্ভত মতবিনিময় কৰা হয়। ভাৰ...