September 2, 2026 5:45 PM

views 21

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ ৭ ৰ পৰা ৮ শতাংশ অতিক্ৰম কৰাৰ সামৰ্থ আছে

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ ৭ ৰ পৰা ৮ শতাংশ অতিক্ৰম কৰাৰ সামৰ্থ আছে বুলি বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই প্ৰকাশ কৰিছে। শ্ৰী বাংগাই গোলকীয় শক্তি খণ্ডৰ হেঁচা, বাণিজ্যিক অনিশ্চয়তা আৰু এল নিন'ৰ বিৰূপ প্ৰভাৱ স্বত্তেও দেশৰ শেহতীয়া অৰ্থনৈতিক প্রদর্শন যথেষ্ট ভাল বুলি অভিহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰ'লিনাৰ এশ্বভিলত অনুষ্ঠিত জি টুইণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰী সকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে দিয়া এটা সাক্ষাৎকাৰত বিশ্ববেংকৰ অধ্যক্ষ গৰাকীয়ে কয় যে, বিকাশৰ শেহতীয়া পৰিসংখ্যাৰ পৰা ভাৰতৰ...

September 1, 2025 3:12 PM

views 86

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰেঃ কিৰেণ ৰিজিজু

● দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশলৈ বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও যে ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰে বুলি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীৰিজিজুৱে কয়, যে বিশ্বৰ শীৰ্ষ অর্থনীতবিদসকলে প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় অর্থনীতিক সর্বোৎকৃষ্টভাৱে আগবঢ়াই নিছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে দেশক আত্মনিৰ্ভৰ কৰি তুলিবলৈ মেক ইন ইণ্ডিয়াৰ প্ৰসাৰ তথা স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব বুলি মন্তব্য ...